User talk:দেবর্ষি গৌতম

Page contents not supported in other languages.
From Wikipedia, the free encyclopedia

দেবর্ষি গৌতম (জন্ম ১৯৯৪ চনৰ ১০ ডিচেম্বৰ) এগৰাকী অসমীয়া লেখক। নলবাৰী জিলাৰ অন্তৰ্গত পকোৱা মৌজাৰ অধীনস্থ বনগাঁও জন্মগ্ৰহণ কৰিছে। পেছাগত ভাবে এগৰাকী স্বাস্থ্যকৰ্মী যদিও সাহিত্যৰ প্ৰতি থকা অপৰিসীম প্ৰেমৰ বাবে সাহিত্যচর্চা কৰাটো এক নিচা হিচাপে পৰিগণিত হয়। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত এগৰাকী লেবোৰেটৰি টেকনিচিয়ান হিচাপে কৰ্মৰত দেবর্ষি গৌতমে নিজৰ কৰ্ম ব্যস্ততাৰ মাজতো সাহিত্য চর্চা কৰিবলৈ যিকোনো প্ৰকাৰে সময় উলিয়াই লয়। ফেচবুক সাহিত্যৰ জনপ্ৰিয় গোট "অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম" প্ৰতিস্থাপক আৰু মুখ্য প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও "সদৌ অসম সাহিত্য সন্মিলনী" নামৰ ফেচবুক গোটটোৰো প্ৰশাসক হিচাপে কার্যয়নিৰ্বাহ কৰি আছে। কবিতা, গল্প, প্ৰবন্ধ, অণুগল্প, উপন্যাস ইত্যাদি লেখাৰ জৰিয়তে কিছু পৰিমাণে পাঠক সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ফেচবুক সাহিত্য সমাজত কৰা লেখা মেলাৰ জৰিয়তে বহুত সংখ্যক স্বীকৃতি আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। দাকোৱাল আলোচনীয়ে প্ৰতিবছৰে আগবঢ়োৱা দৃষ্টি বঁটা ২০২২ দেবর্ষি গৌতমে লাভ কৰে। বৰ্তমান দেবর্ষি গৌতমে নিজৰ কিতাপ প্ৰকাশ কৰাৰ বাবে বিশেষভাবে পৰিকল্পনা কৰিছে। বিভিন্ন সময়ত সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত খুব সাৱলীল আৰু মননশীল লেখাৰ দ্বাৰা পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

শিক্ষা : দেবর্ষি গৌতমে ২০০৯ চনত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দেবর্ষি গৌতমে উচ্চতৰ মাধ্যমিকত নলবাৰী মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰে। ২০১১ চনত দেবর্ষি গৌতমে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু তাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পেৰামেডিকেল প্ৰতিষ্ঠানত লেবোৰেটৰি টেকনিচিয়ানৰ ডিপ্লোমা পাঠ্যক্ৰমত নামভৰ্তি কৰে। ২০১৪ চনত দেবর্ষি গৌতমে ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি অসম চৰকাৰৰ অধীনত ২০১৫ চনৰ পৰা চাকৰি জীৱন আৰম্ভ কৰে।

Hello, and welcome to Wikipedia. A tag has been placed on User:দেবর্ষি গৌতম requesting that it be speedily deleted from Wikipedia. This has been done under section U5 of the criteria for speedy deletion, because the page appears to consist of writings, information, discussions, and/or activities not closely related to Wikipedia's goals. Please note that Wikipedia is not a free web hosting service. Under the criteria for speedy deletion, such pages may be deleted at any time.

If you think this page should not be deleted for this reason, you may contest the nomination by visiting the page and clicking the button labelled "Contest this speedy deletion". This will give you the opportunity to explain why you believe the page should not be deleted. However, be aware that once a page is tagged for speedy deletion, it may be deleted without delay. Please do not remove the speedy deletion tag from the page yourself, but do not hesitate to add information in line with Wikipedia's policies and guidelines. If the page is deleted, and you wish to retrieve the deleted material for future reference or improvement, then please contact the deleting administrator, or if you have already done so, you can place a request here. CAPTAIN RAJU(T) 16:28, 25 March 2022 (UTC)[reply]

Hello, and welcome to Wikipedia. A tag has been placed on User:দেবর্ষি গৌতম requesting that it be speedily deleted from Wikipedia. This has been done under section U5 of the criteria for speedy deletion, because the page appears to consist of writings, information, discussions, and/or activities not closely related to Wikipedia's goals. Please note that Wikipedia is not a free web hosting service. Under the criteria for speedy deletion, such pages may be deleted at any time.

If you think this page should not be deleted for this reason, you may contest the nomination by visiting the page and clicking the button labelled "Contest this speedy deletion". This will give you the opportunity to explain why you believe the page should not be deleted. However, be aware that once a page is tagged for speedy deletion, it may be deleted without delay. Please do not remove the speedy deletion tag from the page yourself, but do not hesitate to add information in line with Wikipedia's policies and guidelines. If the page is deleted, and you wish to retrieve the deleted material for future reference or improvement, then please contact the deleting administrator, or if you have already done so, you can place a request here. CAPTAIN RAJU(T) 16:38, 4 May 2022 (UTC)[reply]